প্ৰধানমন্ত্ৰী মৎস্য যোজনা আঁচনিৰ অধীনত জলাসয়
admin Gohpur Programmeপ্ৰধানমন্ত্ৰী মৎস্য যোজনা আঁচনিৰ অধীনত জলাসয়, বোৱতী নদী আদিত মাছৰ পৰিমাণ বৃদ্ধি কৰাৰ বাবে এক অন্যতম অভিলাষী আচনি গ্ৰহণ কৰা হৈছে। আজি বিশ্বনাথ জিলা, গহপুৰ মহকুমা মীন বিভাগৰ বিভাগীয় বিষয়া সকল আৰু স্থানীয় ৰাইজৰ উপস্থিতিত প্ৰথম পৰ্যায়ত বুৰৈ নদীত ৫০ হাজাৰ মাছৰ পোনা মুকলি কৰা হয়। এই পদক্ষেপে মৎস্য ৰ চাহিদা পূৰণ কৰিব পাৰিব বুলি আমি আশাবাদী লগতে মৎস্য ব্যৱসায় লগত জৰিত থকা ব্যক্তি সকলৰ সহায় হব ৷

